ধুন্দুলীফেঁটী সাপ
অৱয়ব
ধুন্দুলীফেঁটী সাপ | |
---|---|
আক্ৰমাণাত্মক ভংগীত এটা ধুন্দুলীফেঁটী সাপ | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Reptilia |
বৰ্গ: | Squamata |
উপবৰ্গ: | Serpentes |
পৰিয়াল: | Colubridae |
উপপৰিয়াল: | Faboideae |
গণ: | Coelognathus |
প্ৰজাতি: | C. radiatus |
বৈজ্ঞানিক নাম | |
Coelognathus radiatus (F. Boie, 1827)[1] | |
সমাৰ্থক | |
সমাৰ্থক
|
ধুন্দুলী ফেঁটী (ইংৰাজী: radiated ratsnake, copperhead rat snake বা copper-headed trinket snake) (বৈজ্ঞানিক নাম: Coelognathus radiatus) হৈছে কলুব্ৰিডি পৰিয়ালৰ অন্তৰ্গত এবিধ বিষহীন[2] সাপৰ প্ৰজাতি। ফেঁটীসাপৰ দৰে ফেঁট তুলি ই শত্ৰুৰ ফালে খেদা মাৰি আহে। কৃষকৰ বন্ধু সদৃশ এই সাপ সমগ্ৰ মানৱজাতিৰ বাবে উপকাৰী, কাৰণ ইয়াৰ প্ৰধান খাদ্য হৈছে নিগনি।
প্ৰকৃতি
[সম্পাদনা কৰক]ধুন্দুলী ফেঁটী সাধাৰণতে অতি আক্ৰমাণাত্মক প্ৰক়তিৰ। ইহঁতে নিজকে সুৰক্ষিত কৰাৰ সামৰ্থ্যৰ প্ৰতি অতি আত্মবিশ্বাসী। ফেঁটী আৰু অন্যান্য বিষধৰ সাপ ধৰিব বিচৰাসকলৰ বাবেও ইহঁত এক ভাল প্ৰশিক্ষক সৰ্প।
বিতৰণ
[সম্পাদনা কৰক]- ইণ্ডোনেছিয়া (সুমাত্ৰা, বাংকা, বৰ্নিও/ক'লমাণ্টন, জাভা),
- মালয়েছিয়া আৰু ব্ৰুণেই (মালয় আৰু পূৱ মালয়েছিয়া); বৰ্নিও,
- চিংগাপুৰ দ্বীপ,
- বাৰ্মা (মাৰ্মাৰ),
- থাইলেণ্ড
- লাউচ, কম্বোডিয়া, ভিয়েটনাম,
- জাপান (ৰয়ুকু দ্বীপপুঞ্জ),
- ভাৰত (অসম, অৰুণাচল প্ৰদেশ (মিয়াও - চাংলাং জিলা, চেঁচা, চিম্পু, ইটানগৰ - পাপুম পাৰে জিলা),
- বাংলাদেশ,
- দক্ষিণ চীন (ফজিয়ান, য়ুনান, গয়াংক্সি, ডংডং, হংকং),
- নেপাল[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ https://www.biolib.cz/en/taxon/id58575/ (Retrieved Feb. 18, 2010.)
- ↑ "Coelognathus radiatus (Boie, 1827)". India Biodiversity Portal. https://indiabiodiversity.org/species/show/278628। আহৰণ কৰা হৈছে: June 10, 2019.
- ↑ Coelognathus radiatus (Boie, 1827) The Reptile Database. (Retrieved 20 Sep. 2014)